Subscribe Us

Header Ads

শোক বাৰ্তা Condolence Message



***শোক বাৰ্তা***

 আজি ইং ২ আগষ্ট,২০২০ তাৰিখ ৰবিবাৰে, ডা° হেমাঙ্গ বৰ্মনৰ সভাপতিত্বত অসম সমিতি, চেন্নাইৰ এখন বিশেষ শোক সভা অনুষ্ঠিত হয়। সভাই অসমৰ জোৱাই, 'বৰলুইত'ৰ  স্বত্বাধিকাৰী শ্ৰীযুত আৰ. এ. ফিলিপৰ সুযোগ্যা পত্নী, অসমৰ বালিসত্র,  তেজপুৰৰ জীয়ৰী, আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুতা অঞ্জনা গোস্বামী ফিলিপৰ যোৱা ১ আগষ্টত হোৱা আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰে আৰু এক মিনিট সময় মৌনতা অৱলম্বন কৰি পৰলোকগত আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ চৰণত  প্ৰাৰ্থনা জনায়।

তেখেতৰ মৃত্যুত অসম সমিতি, চেন্নাইয়ে, অসম আৰু তামিলনাডুৰ মাজত সমন্বয়ৰ সাকো গঢ়া এগৰাকী অভিভাৱক আৰু শুভাকাংক্ষী হেৰুৱালে। সভাই  শোকসন্তপ্ত  পৰিয়ালৰ সকলো সদস্যলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

***Condolence Message***

Assam Association, Chennai deeply mourns the sudden and sad demise of Mrs. Anjana (Goswami) Philip, wife of respected Shri R.A. Philip, the founder of Borluit, Chennai. The Executive Committee of the Assam Association Chennai, under the presidentship of Dr. Hemanga Barman, met today, the 2nd August 2020, and prayed to the almighty for the eternal peace of the departed soul by observing one minute silence. In her death, Assam Association Chennai has lost a great soul, an ardent admirer, and a well-wisher of the Association. Being a proud daughter of Balisatra, Tezpur, Assam, she tried to build an everlasting and warm bond between the people of the states of Tamil Nadu and Assam through Borluit.

The meeting, very well attended by the members of the Association, offered sincere condolences to each member of the bereaved family.

For Assam Association Chennai,

Post a Comment

0 Comments